Peter v. Eve - patriotism

Peter v. Eve

হেলেনে মাত লগালে, 'এইবোৰ আপুনি কি কৰিব ধৰিছে?'

পিয়াৰে ঘৈণীয়েকৰ ফালে চাই কলে, 'কি? মই?'

খঙতে উত্তেজিত হৈ হেলেনে আকৌ চিঞৰি কলে, 'আপুনি বিনা কাৰণে যিজন মানুহক হিংসা কৰিছে, সেইজন মানুহ আপোনাতকৈ শতগুণে শ্ৰেষ্ঠ ।'

পিয়াৰে খং কৰি কিবা কলে ।

হেলেনে তাৰ কথালৈ কাণ নকৰি আকৌ কবলৈ ধৰিলে, 'মোৰ লগত তাৰ ভাল বুলি আপুনি কেনেকৈ বিশ্বাস কৰিলে? মই তাৰ লগত কথা পাতি ভাল পাওঁ । যদি এইটোৱেই একমাত্ৰ কাৰণ হয় তেন্তে তাৰ কাৰণে আপুনিয়েই দায়ী । আপুনি যদি ভদ্ৰ, বুদ্ধিমান হ'লহেঁতেন, আপোনাৰ লগত কথা পাতি বেছি ভাল পালোঁহেঁতেন ।'

পিয়াৰে খঙেৰে কলে, 'মোক কোনো কথা নকবা; মনে মনে থকা [থাকা] ।'

'কেলেই নকম? মোৰ অধিকাৰ আছে । এশবাৰ কম, হেজাৰবাৰ কম । আপোনাৰ নিচিনা মানুহৰ লগত বিয়া হলে যি কোনো ছোৱালীয়ে** অইন মতাৰ প্ৰেমত পৰিব - নপৰাটোহে আচৰিত হব । তথাপি মই তেনে কাম কৰা নাই ।'

** [wife = ছোৱালী? - G]

(pages 116-117)

From লিও টলস্টয়: "যুদ্ধ আৰু শান্তি" - Assamese translation of Lev/Leo Tolstoy: "WAR AND PEACE" (abridged), published by সাহিত্য অকাদেমি (paperback); ISBN 81-260-0917-9; ৩৬৬ pages; মূল্য: ৮৫ টকা. (I bought this book from LAWYER'S BOOK STALL, Panbazar, Guwahati, long ago. - G)

SOUND SLEEP

I had sound sleep from 10 p.m. till 6 a.m. today. I don't know when My consort went to sleep - My virtually illiterate consort यानि ধৰ্মপত্নী धर्मपत्नी probably watched silly/crazy TIK TOK, V MATE videos etc. late into the night. (I usually get up at about 5 a.m. but I had exceptionally sound sleep last night after I confidently posted My thoughts on fucking ISRO Nazi cheats.)

Kishalay Sinha [G]

PATRIOTISM

মোৰ ধৰ্মপত্নীক সুধিলোঁ, "দেশভক্তি"ৰ English কি ?" নিমাত । মই hint দিলোঁ - "দেশভক্তক patriot বুলি নকয় জানোঁ?" (দিনেৰাতি Patriot প্ৰত্যক্ষ কৰিও শব্দটো ধৰ্মপত্নীয়ে জনা নাছিল) ... মই আকৌ কলো, "দেশভক্তিৰ Englishটো patriotism হ'ব নহয় জানো? [I did not wait for her answer.] বানান কৰিব পাৰিবা?"

"পাৰিম ।"

"বানান কৰাচোন ।"

"p e t r i o s m"

"পেট্রিয়টিজ্ম - টি কলৈ গ'ল? আকৌ বানান কৰা ।"

"p e t r i o s m"

Very weak in English. অসমীয়া মাধ্যমত পঢ়িছিল ।

"Patriotism উচ্চাৰণ কৰাচোন" বুলি ক'লে "পেট্ৰইটিজ্ম" বুলি কলেহেঁতেন চাগৈ - ইমান কষ্ট কৰি "পেট্ৰিয়টিজ্ম" কিয় ক'ব লাগে?

Kishalay Sinha [G]

Comments

Popular posts from this blog

FUNNY CHANNEL

Holistic - संयम সংযম