ৰাক্ষসৰ নিচিনা আওয়াজ

ৰাক্ষসৰ নিচিনা আওয়াজ - Nazi ৰাক্ষসৰ ৷

G

লাভ নেই ... খুব দুঃখিত ... লাখ লাখ হতাশাগ্রস্ত ভগ্নহৃদয়া candidates line করে দাঁড়িয়ে আছে ... বেচারীরা ...

G

লিলী দাসঃ "চিপাহী"

অৰ্পন [অৰ্পণ]

মোৰ স্বামী উঁৎপল দাসৰ স'তে বিশ্বৰ জনগণে আততায়ী দস্যু-ডকাইতক কাৰায়ত্ব [কৰায়ত্ব] কৰাৰ আশাৰে বিশ্বৰ সমূহ চিপাহীলৈ মোৰ অজশ্ৰ শ্ৰদ্ধা-সন্মান অৰ্পণ কৰিলোঁ

আগকথা

ক'বলগীয়া বহু কথাই আছে ৷ ঈশ্বৰ [I would prefer the word God গড - G] সত্যৰ সাক্ষী ৷ সেইদৰে চিপাহীৰ পুলিচো [কাহিনী সঙ্কলন "চিপাহী"ৰ পুলিচ] সত্যৰেই প্ৰতিফলন ৷ কথিত আছে [কথিত থাকিলেও নেথাকিলেও চবেই জানে] ঈশ্বৰৰ [গডৰ] সাক্ষাতৰ বাবে বহু সময়ৰ আৱশ্যক,
যদিও সমাজ শিক্ষিত বা আধুনিক হৈছে তথাপি তেৰা সৰ্বব্যাপি [সৰ্বব্যাপী] বিদ্যমান ৷ [মই বুজি নাপালোঁ, "সমাজ শিক্ষিত বা আধুনিক হৈছে" আৰু "তেৰা সৰ্বব্যাপী বিদ্যমান" এই বাক্য দুটাৰ মাজত কি সম্বন্ধ থাকিব পাৰে - "যদিও সমাজ শিক্ষিত বা আধুনিক হৈছে" "তথাপি তেৰা সৰ্বব্যাপী বিদ্যমান" ... যদিও ... তথাপি ... God knows what is the connection if any!!! - G]

সততা সদায় কাম্য ৷ শিক্ষকৰ এষাৰ বাণী - সত্য সদায় ক'বা ৷ সত্যৰ সদায় জয় ৷ সেয়ে ভাল কৰা ভাল দেখিবা আৰু ভাল কৰিবাহক ৷ তেহে পুলিচেও কম সময়ৰ ভিতৰতে অভিযুক্তক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবলৈ সক্ষম হ'ব ৷

জয় জোৱান

জয় কিষাণ

সূচীপত্ৰ

আৰক্ষীৰ নিৰ্যাতিতা পত্নী // ১১

কাশ্মীৰৰ সৈনিকৰ মনৰ কথাৰে // ১৩

["কাশ্মীৰ বুলিলেই মনত এটা আনন্দৰ ঢৌ খেলে ৷ ..."]

হৃদয় ডেকা // ২৫

   চলাম

[এনেতে পতাকা উত্তোলক আহি পায়, সৈন্য-বাহিনীৰ আবেষ্টনীৰ মাজেৰে ৷ সময়ত মান্যবৰ গৈ পতাকাৰ ওচৰ পায় আৰু পতাকাৰ ৰচি টনাৰ লগে লগে পুষ্পবৃষ্টিৰে অতি মনোমোহা হৈ পৰে ৷ ৰাইজ-পুলিচ-প্ৰশাসনেও আনন্দেৰে উপভোগ কৰে ৷ ইয়াৰ পিছত উত্তোলক গৈ নিৰ্দিষ্ট স্থানত ৰৈ সকলো শাখা-প্ৰশাখাৰ অভিবাদন গ্ৰহণ কৰে ৷ সকলোৰে দলপতিয়ে শাখাৰ পৰিচয় কৈ চলাম কৰি আগলৈ আগবাঢ়ি যায় ৷ ...]

মহিলা পুলিচ // ৬১

যন্ত্ৰণা // ৬৩

etc.

লিলী দাসঃ চিপাহী CHIPAHI : An Assamese Story Book written by Lily Das and Published by Pratisruti Prakashan, House No. 3, Madhab Kamal Path, Ulubari, Guwahati - 781007; প্ৰতিশ্ৰুতি প্ৰকাশন, গৃহ নং ৭, মহেন্দ্ৰ লাল বৰুৱা পথ, শিলপুখুৰী, গুৱাহাটী ৩

First published: Jun, 2016

Price: Rs. 45.00 only

Kishalay Sinha কিশলয় সিনহা [G]

Comments

Popular posts from this blog

FUNNY CHANNEL

Holistic - संयम সংযম