লক্ষ্মী নাৰায়ণ

বেয়া নাপাবা দেই

মোক কোনেও বেয়া নাপাবা দেই - কাৰণ মই কাকো (?!!) পাত্তা (!!) নিদিওঁ - মোৰ ওচৰত চবেই (!!) শূণ্য !! ("বেয়া নাপাবা দেই"?!! ইমান ভদ্ৰ Unfeeling Robot.)

Kishalay Sinha কিশলয় সিনহা किशलय सिन्हा जी [G]

ধৰ্মপত্নী

মই মাজে মাজে বৰ আচৰিত হওঁ যেতিয়া মোৰ ওচৰত বহি মোৰ ধৰ্মপত্নীয়ে বুৰ্বকৰ নিচিনা TV-ৰ পিনে চাই থাকে আৰু বুৰ্বকৰ নিচিনা সৰল ভাৱে কিবাকিবি কৈ থাকে - মই ভাবোঁ মোৰ ধৰ্মপত্নীয়ে মুঠেই সন্দেহ নকৰে নে যে তলে তলে কিবা চলি থাকিব পাৰে - সঁচাকৈ ইমান বুৰ্বক, নে বুৰ্বকৰ acting কৰি আছে - আচলতে ধৰ্মপত্নীয়ে নিশ্চয় জানে যে যদি কিবাকিবি "তলে তলে" চলি আছে সেয়া নিশ্চয় বৰ দুখ লগাকৈ one way কাৰণ ধৰ্মপতিয়ে কোনো s. নিজক কল্পনাত তেওঁৰ "অধৰ্মপত্নী" বুলি ভবা বেচেৰীক পাত্তা নিদিয়ে ৷

G

লক্ষ্মী নাৰায়ণ

কেইবছৰমান আগতে মই বৰ আচৰিত হৈছিলোঁ যেতিয়া মোৰ ধৰ্মপত্নীৰ এজন cousin ভায়েকে মোক শিলচৰৰ পৰা phone কৰি তেল-মৰা সুৰত কৈছিল - "ভিনদেওঁ, তুমি নাৰায়ণ, বাইদেউ লক্ষ্মী!" মই মাজে মাজে ভাবোঁ, ই মোক কিয় ইমান তেল মাৰিছিল? আচ্ছা, ই গম পাইছিল নেকি মই যে আচলতে G.. in disguise?!! Top scientists বোৰে ইয়াক জনাইছিল নেকি মোৰ গোপন secret identity? বৰ আচৰিত কথা, মোৰ innocent-looking ধৰ্মপত্নীৰ ভাল নাম হ'ল স্বৰ্ণলক্ষ্মী !

G

Comments

Popular posts from this blog

FUNNY CHANNEL

Holistic - संयम সংযম