বান্দৰ নাচ

হাস্যকর - ফকৰা যোজনা

ধোৱা তুলসীৰ পাত ...

খাই পাত ফলা ... (ফলা নে ফালা? হাও!)

এক হাতে তালি বাজে না ...

"ফকৰা যোজনা" শব্দ দুটা ভাবিলেই মোৰ হাঁহি উঠে - ফাক্কৰ (নে ফক্কৰ?) - joker - শব্দটো মনত পৰে ।

হঠাৎ উপৰত লিখা ফকৰা যোজনা কেইটা কিয় মনত পৰিল বা ...

Silence is golden.

G

বান্দৰ নাচ

সৰুতে মই বান্দৰ নাচ দেখিছিলোঁ - সঁচাসঁচি বান্দৰ ।

আজিকালি virtual বান্দৰ বান্দৰনীৰ নাচ দেখা যায় on TV - মই কেতিয়াও নাচাওঁ - ধর্মপত্নীয়ে চায় ।

G

"Brevity is the soul of wit." - Shak.?

G

Comments

Popular posts from this blog

FUNNY CHANNEL

Holistic - संयम সংযম