শান্তশিষ্ট
TET
মই জানি আচৰিত হৈছোঁ যে ৪১,০০০ মান TET "Driver" শিক্ষক শিক্ষিকাই অসমৰ অসংখ্য দুখীয়া লৰা ছোৱালীক/ছাত্ৰ ছাত্ৰীক শিক্ষা দান কৰি আছে (বোধ কৰোঁ TET শিক্ষক শিক্ষিকাৰ দৰমহা ৩০,০০০ টকামান per month - হয়তো কম হ'ব পাৰে, অথৱা বেছি হ'ব পাৰে, I am not sure) on CONTRACT basis.
"বুজা নাই আপুনি/তুমি (!!) কোন বস্তুটোত আচৰিত হৈছে/হৈছা (!!)..."
মই নিজেই clearly ক'ব নোৱাৰিম which point or points surprise Me - ইমান কেইটা points মই উল্লেখ কৰিছোঁ - and one or more points may also have remained subtly unsaid by Me.
Kishalay Sinha কিশলয় সিনহা किशलय सिन्हा जी [G]
শান্তশিষ্ট
"শান্তশিষ্ট, লেজ বিশিষ্ট ৷"
***
শান্তশিষ্ট,
boyfriends-ক্লিষ্ট,
তিক্ত বিরক্ত,
আর -
নাটকে অভ্যস্ত ৷
অতএব -
দুঃখিত ৷
ফাটাফাটি কবিতা
doggerel কথিত ৷
ব্যথিত
আর -
আনন্দিত ৷
Kishalay Sinha কিশলয় সিনহা किशलय सिन्हा जी [G]
Comments
Post a Comment