NAZI ELECTIONS
HOI POLLOI
কোনে কাক পিটিলে, কিয় পিটিলে, কোনে কিমান টকা পালে, নাপালে, দিলে, নিদিলে এইবোৰ কথাত মোৰ কোনো interest নাই কাৰণ মই চান্দা দিওঁ কিন্তু মই কোনোদিন এইবোৰ function attend কৰা নাই কাৰণ মোৰ বহুমূলীয়া সময় নষ্ট কৰিব নোখোজা আৰু ভূপেন হাজৰিকাৰ কেইটামান ধুনীয়া গানৰ তুলনাত অপদাৰ্থ বান্দৰ বান্দৰনী বোৰৰ ফালতু চিঞৰ বাখৰ শুনি মোৰ মেজাজ গৰম কৰিব নোখোজো আৰু erotic hip thrusts বিলাক তো একোৱেই নহয় - nothing - compared with porn videos - মই যে অকল বিহু functions বোৰ avoid কৰোঁ সেয়া নহয়, মই কৃষ্ণৰ ৰাসলীলাও কেতিয়াও নাচাওঁ, কৃষ্ণ তো মৰিয়েই গৈছে, আৰু মোৰ ১৬,১০৮ টা অধৰ্মঘৈনী ৰখাৰ ইচ্ছা নাই, এটা ধৰ্মপত্নীয়ে মোক ভাল শিক্ষা দিছে, মোৰ ইমান ভোক লাগিছে অথচ আৰামত শুই আছে, ৰন্ধাটো যেন এটা very unimportant thing.
কোনেও বেয়া নাপাবা দেই, আচল কথা হ'ল, এইবোৰ functions হ'ল for the hoi polloi, for the masses, not for The Greatest Intellectual of All Time.
G
NAZI ELECTIONS
Fake Nazi "elections" are THE BIGGEST DECEPTION invented by Nazis because all Nazi politicians of all Nazi political parties are secret partners against the human race.
G
Comments
Post a Comment