ক্ষুধিত পাষাণ
ক্ষুধিত পাষাণ
বুকু ফাটি যোৱাকৈ কন্দা-কটা কৰিছে ... বিৰাট দুৰ্গৰ পাষাণ ভেটিৰ তলত থকা অন্ধকাৰাচ্ছন্ন এটা কবৰৰ পৰা [from underground Nazi hell] কোনোৱে যেন কান্দি কান্দি কৈছে - 'তুমি মোক উদ্ধাৰ কৰি লৈ যোৱা । মোক উদ্ধাৰ কৰা । ... হে বহ্নি [জুই, fire], যি পতংগই তোমাক তুচ্ছ কৰি পলাবলৈ চেষ্টা কৰিছিল, সিয়েই আকৌ মৰিবলৈ আহিছে ৷ এইবাৰ তাক মাৰ্জনা কৰা ৷ তাৰ পাখি দুখন দগ্ধ কৰি পেলোৱা, তাক ভস্মসাৎ কৰি পেলোৱা ৷"
(pages ৬৮ - ৬৯)
(From প্ৰদীপ কুমাৰ: "ৰবীন্দ্ৰনাথৰ পাঁচটা ৰহস্য গল্প", বীণা লাইব্ৰেৰী, গুৱাহাটী, অসম, Rs. 25)
Comments
Post a Comment