ফাটাফাটি গান
ফাটাফাটি গান
গান শুনি ভাল লাগিব লাগে, evergreen hit songs সদায় শ্ৰুতিমধুৰ হয় - গানৰ লগত চেহেৰা ইত্যাদিৰ কোনো connection নাই - Heartless জনৰ লগত কাল্পনিক অনৈতিক নিষ্ফল প্ৰেমত পৰিলে অনৈতিক s. প্ৰেমিকা বেচেৰীবোৰে ভাবে যে সিহঁতৰ গানবোৰ automatically ফাটাফাটি গান হ'ব ।
ভাত খাই খাই (with ফ্ৰিজৰ পৰা ওলোৱা দিনৰ ঠাণ্ডা তৰকাৰী) TV ত গাই থকা ফালতু গানবোৰ শুনি শুনি মই ধৰ্মপত্নীক ক'লো - "মোৰ standard বৰ বেছি high নেকি ।" আকৌ মই ধৰ্মপত্নীক সুধি জানিব খুজিলো - "আচ্ছা, ঠাণ্ডা তৰকাৰীটো গৰম কৰিব পৰা গ'লহেঁতেন নেকি?" ধৰ্মপত্নীয়ে ক'লে - "ভাত গৰম তো, সেই কাৰণে মই তৰকাৰী গৰম কৰা নাই ৷" মই ক'লো - "অ', মই ভাবিছিলোঁ ঠাণ্ডা তৰকাৰী গৰম কৰিলে তৰকাৰী বেয়া হৈ যায় নেকি ৷ মোৰ সিমান idea নাই তো, সেয়ে জানিব খুজিছিলো ৷ ঠাণ্ডা গাখীৰ গৰম কৰিলে বেয়া হৈ যায় নে কিবা বুলি কৈছিলা নহয় ৷"
(Time about 9:10 p.m.)
Kishalay Sinha কিশলয় সিনহা जी [G]
Comments
Post a Comment