2 stories, 1 play all should read

ফাটাফাটি গান

গান শুনি ভাল লাগিব লাগে, evergreen hit songs সদায় শ্ৰুতিমধুৰ হয় - গানৰ লগত চেহেৰা ইত্যাদিৰ কোনো connection নাই - Heartless জনৰ‌ লগত কাল্পনিক অনৈতিক নিষ্ফল‌ প্ৰেমত পৰিলে অনৈতিক s. প্ৰেমিকা বেচেৰীবোৰে ভাবে যে সিহঁতৰ গানবোৰ automatically ফাটাফাটি গান‌ হ'ব ।

ভাত খাই খাই (with ফ্ৰিজৰ পৰা ওলোৱা দিনৰ ঠাণ্ডা তৰকাৰী) TV ত গাই থকা ফালতু গান‌বোৰ শুনি শুনি মই ধৰ্মপত্নীক ক'লো‌ - "মোৰ standard বৰ বেছি high নেকি ।" আকৌ মই ধৰ্মপত্নীক সুধি জানিব খুজিলো - "আচ্ছা, ঠাণ্ডা তৰকাৰীটো গৰম কৰিব পৰা গ'লহেঁতেন নেকি?" ধৰ্মপত্নীয়ে ক'লে - "ভাত গৰম তো, সেই কাৰণে মই তৰকাৰী গৰম কৰা নাই ৷" মই ক'লো - "অ', মই ভাবিছিলোঁ ঠাণ্ডা তৰকাৰী গৰম কৰিলে তৰকাৰী বেয়া হৈ যায় নেকি ৷ মোৰ সিমান idea নাই তো, সেয়ে জানিব খুজিছিলো ৷ ঠাণ্ডা গাখীৰ গৰম কৰিলে বেয়া হৈ যায় ফাটি যায় নে কিবা বুলি কৈছিলা নহয় ৷"

(Time about 9:10 p.m.)

Kishalay Sinha কিশলয় সিনহা जी [G]

2 stories, 1 play everyone should read

Max Schulman: LOVE IS A FALLACY

Text available (Google).
Audio recording available (YouTube)

Anthony Hope: THE PHILOSOPHER IN THE APPLE ORCHARD

Text available (Google).
Audio recording available (YouTube)

Claire Boiko/K. A. Abbas: THE BOOK THAT SAVED THE EARTH

Text available (Google).
Audio recording available (YouTube)

Kishalay Sinha [G]

Peter ... I feel terribly bad but can't be helped I think... Fortunately for Me, handed over unpleasant violent jobs to psycho-technologists who always make 100% accurate violent decisions on 100% accurate audios and videos collected over billions of years. - G

WF = Jesus Jr.?

K.S. = God [Jesus Sr.?]

Kishalay Sinha [G]

Comments

Popular posts from this blog

FUNNY CHANNEL

Holistic - संयम সংযম