G
G
আজিকালি G আখৰ থকা যিকোনো শব্দ কোনোবাই আলোচনা কৰিলে or in print দেখিলে মোৰ সন্দেহ হয় আচলতে হয়তো indirectly reference is to Him Whom publicly mention কৰিবলৈ deprived বেচেৰাহঁতে আৰু s. বেচেৰীহঁতে সাহস নকৰে অথবা লাজ কৰে, সঙ্কোচ কৰে (যদি তেখেতে বেচেৰীক পাত্তা নিদিয়ে, তেতিয়া সদায় কাল্পনিক আত্মহত্যা কৰিবলৈ মন যাব নহয় ...)
Kishalay Sinha কিশলয় সিনহা जी [G]
"কিতাপবিলাক ইমান boring, পঢ়িব মন নাযায় ! অথচ God's blog posts ইমান interesting, সদায় পঢ়ি থাকিব মন যায় !"
অসমৰ, ভাৰতৰ, পৃথিৱীৰ male and female Nazis চাফাই হ'ব ...
G
Comments
Post a Comment