কইনা

Sarada নে Narad বিত্তীয় কেলেঙ্কাৰীত জড়িত was in jail ...

চব নাটক ... চিতাত পুৰিলেও secretly শৰীৰৰ অস্থিটোৰ পৰা clones বনোৱা হয় ...

পুলিচ musician চিত্তৰঞ্জন চোনোৱাল লৰাটোৱে ভাল saxophone বজায় ... (এয়া balance কৰাৰ চেষ্টা নেকি ? কিমান নাম মনত ৰাখিম ? নাম মনত ৰাখি কি হ'ব? চেহেৰাটো মনত থাকিলেই হ'ল ।)

চয়তান aliens বোৰৰ advertise বিলাক শুনিলে চৰ মাৰিব মন যায় ।

"আমালোকে" ... হাঁহি উঠে ...

শুনিছোঁ ডঃ ভূপেন হাজৰিকাৰ হেনো college principal চলিহাৰ পত্নীৰ লগত প্ৰেম আছিল - নিষ্ফল প্ৰেম - উৰণীয়া মৌ যাযাবৰ ডঃ ভূপেন হাজৰিকা modern আছিল - ঘৈণীয়েকক এৰি প্ৰেমিকা and supporter কল্পনা লাজমীৰ লগত কলিকতাত "living together" কৰিছিল ।

প্ৰত্যেকৰ clones থাকে বুলি শুনিছোঁ ...

নাটক ... নাটক ... নাটক ...

"All the world is a stage." - "William Shakespeare"

Thousands of f. clones of ধূৰ্ত romantic, lecherous খুনী mass murderer f. rapist Kr./Sat. (late)

মনা লিচাৰ বহুত clones আছে ...

কইনা

যেন নতুন কইনা ... illicit thoughts ...

নেকান্দিবা নেকান্দিবা

মোৰে নতুন কইনা

পাহাৰ বগাই ধৰি আনিম

তুমি খোজা মইনা ...

তুমি খুশি থাক

আমার পানে চেয়ে চেয়ে খুশি থাক ...

চকুত চকু পৰিলে

মিচিকিয়াই হা‍ঁহিলা

কি নো জুইয়ে

পুৰিছে গা ...

চুচুক চামাক কৈ

দীপালীজনীয়ে কিয়

মোৰ পানে ৰ' লাগি চায়

ভাইটী তই একোকে

বুজি পোৱা নাই ...

কিশলয় সিনহা [G]

মই চেনি নেকি? অকল ছোৱালীবিলাকৰ ফালে চাই থাকোঁ নেকি? Channel বিলাক change কৰি থাকোঁ - Prag চেনেলত থকা singer-guitarist looks very much like the senior police officer Dilip Bora known to My late younger brother Kirity and Me!

G

ইমান দিনৰ মূৰত হঠাৎ নামটো পালোঁ - Google search কৰিও পোৱা নাছিলোঁ - her name was in My recognition vocabulary (not in My active vocabulary) - I can now add her name to the list of ইভা, মচফিকা, নৱনীতা, ৰাণীমা, প্ৰিয়াংকা (প্ৰিয়াংকা নে প্ৰিয়ংকা?), মিতু ইত্যাদি ... শ্যামলী !

মোৰ খঙ উঠিলে চব aliens হৈ যায় ! - প্ৰয়াত "দেউতা" কৃঁষ্ণৰ পৰা আৰম্ভ কৰি ধৰ্মপত্নী স্বৰ্ণলক্ষ্মী ("grapes are sour") কাকো নেৰোঁ !

কিশলয় সিনহা [G]

Comments

Popular posts from this blog

FUNNY CHANNEL

Holistic - संयम সংযম