গুলীবিদ্ধ Noonisa - নতুন গান
গুলীবিদ্ধ Noonisa
অসমৰ once very powerful surrendered militant leader Noonisa, the ex Commander-in-Chief of now defunct DHD rebel militant organization of Assam গুলীবিদ্ধ হৈছে বুলি অসমীয়া TV news চেনেলবোৰৰ পৰা গম পালোঁ - এনেকৈ আৰু বহুতো powerful leaders-বোৰ গুলীবিদ্ধ হৈ থাকিব যেন লাগে দেই - আজিকালি গুলীবিদ্ধ কৰাটো বৰ সহজ হৈ পৰিছে - Indian Armyৰ দ্বাৰা গুলীবিদ্ধ হৈছে নেকি?
Kishalay Sinha কিশলয় সিনহা किशलय सिन्हा जी [G]
নৰেন্দ্ৰ নাৰায়ণ
নৰেন্দ্ৰ = নৰ + ইন্দ্ৰ
নাৰায়ণ = ইন্দ্ৰ = Sat./Kr. (late)
হিমাংশু = চন্দ্র
নামত চন্দ্র সূর্য থাকিলে বুজিবা যে দাল মেঁ কুছ কালা হেই ...
f. alien নিৰ্বাচন
Aliens গুলোর আওয়াজ এত বাজে
আমার valuable সময় নষ্ট করার কোন মানে হয় না ... Off!
নতুন গান
বহু বছৰৰ মূৰত যোৱাকালি সন্ধিয়া অসমীয়া TV news চেনেল এটাত প্ৰথম বাৰৰ বাবে ভাল lyrics আৰু ভাল tune থকা অসমীয়া গান এটা শুনিলোঁ কম বয়সৰ অসমীয়া গায়ক এজনৰ মুখত (নামটো মনত নাই, কিন্তু মনত আছে যে anchor was ইভা in a gown or nightie dress) - আচলতে গায়ক গায়িকাৰ অভাৱ নাই, অভাৱ হ'ল ভাল ৰচনা (lyrics) আৰু ভাল সুৰ (tune) থকা গীতৰ - the good quality or poor quality of a song depends not so much on the singer as on the lyrics and tune of the song. ধুনীয়া "দীপৰ বিলত" গীতটো কোনে সৃষ্টি কৰিছে ? - বিদেশী বন্ধু নেকি ?
Kishalay Sinha কিশলয় সিনহা जी [G]
Comments
Post a Comment