ভাৰতৰ বিশ্ববিদ্যালয়ত হোৱা গৱেষণা
ভাৰতৰ বিশ্ববিদ্যালয়ত হোৱা গৱেষণা
মই যেতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত M. Sc. Physics ছাত্ৰ আছিলোঁ, আমাৰ very kind-hearted theoretical physics professor Dr. পৰমা মহন্ত চাৰে ক্লাছত এদিন আমাক কৈছিল যে ভাৰতৰ university research বৰ নিম্ন মানৰ আৰু এয়া বৰ দুখ আৰু লাজৰ কথা যে ভাৰতৰ বিশ্ববিদ্যালয়বোৰত হোৱা গৱেষণা প্ৰায়েই second-hand material stolen or copied from বাহিৰা sources.
Kishalay Sinha কিশলয় সিনহা जी [G, ভ, আ]
কেই বছৰমান আগতে গুৱাহাটীৰ "দৈনিক অগ্ৰদূত" কাকতৰ wise and very kind-hearted proprietor and chief editor, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি senior journalist and well-known Assamese writer Kanak Sen Deka had the kindness to ask Me to write in his paper regularly, and his very kind invitation continues to give Me tremendous inspiration. (I have chosen to write on My Internet blog instead for its international and permanent reach.)
Kishalay Sinha [G]
Comments
Post a Comment